কণমানি বয়সতে দুয়োটা কিডনী বিকল হোৱা এটি দুৰ্ভগীয়া শিশু। চিকিৎসা ব্য়য়ৰ বাবে আনৰ ওচৰত হাত পাতিব লগা হোৱা বাইহাটাৰ পৰিয়ালটোৰ কাষত থিয় হৈ স্বাস্থ্য়মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰিলে চিকিৎসাৰ সুব্য়ৱস্থা। বিজেপিৰ সংখ্যালঘু মৰ্চাও আগবঢ়ালে সহায়ৰ হাত। তথাপিও বৃহৎ চিকিৎসা ব্য়য় বহন কৰিবলৈ গৈ জটিলতাৰ সন্মুখীন হৈছে দৰিদ্ৰ পৰিয়ালটো। এতিয়া ৰাইজৰ সহায় বিচাৰিছে পৰিয়ালটোৱে।
#NewsLive #AssamNews
Like the official facebook page of News Live:
Follow News Live on twitter:
Connect to our instagram account:
Visit our website for all news updates:
#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Baihata Boy,Renal Failure,Himanta Biswa Sarma,Assam News,Assam,
0 Comments