Advertisement

১৫ জুনত NRCৰ সংশোধিত খচৰা প্ৰকাশক লৈ অনিশ্চয়তা || Additional NRC draft list on June 15

১৫ জুনত NRCৰ সংশোধিত খচৰা প্ৰকাশক লৈ অনিশ্চয়তা || Additional NRC draft list on June 15 অহা ৩১ জুলাইত প্ৰকাশ পাবলগীয়া NRC-ৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভূক্ত নোহোৱাসকলে আবেদন কৰিব পাৰিব বিদেশী ন্যায়াধীকৰণত। শেহতীয়াভাৱে এই সন্দৰ্ভত এক জাননি জাৰি কৰিছে গৃহ মন্ত্ৰণালয়ে। গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি ১২০ দিনৰ ভিতৰতে এনে গোচৰৰ নিষ্পত্তি কৰি চূড়ান্ত ৰায়দান দিব লাগিব ন্যায়াধীকৰণে।

June

Post a Comment

0 Comments